അർത്ഥം : কোনো ব্যক্তিৰ মৃত পিতৃ, মাতৃ, ককাক , আইতাক আদি পূর্বপুৰুষ
ഉദാഹരണം :
পিতৃপক্ষত পূর্বপুৰুষক তর্পণ দিয়া হয়
പര്യായപദങ്ങൾ : উপৰিপুৰুষ, পূর্বপুৰুষ
അർത്ഥം : ককা, আজুককা আদি, যি পুৰণি হৈ গৈছে বা আগৰ
ഉദാഹരണം :
ৰাম, কৃষ্ণ আদি আমাৰ পূর্বজ আছিল
പര്യായപദങ്ങൾ : আদিপুৰুষ, পিতৃপুৰুষ, পূর্বপুৰুষ