അർത്ഥം : পূজা কৰা
ഉദാഹരണം :
শাওনত ভগৱান শিৱক খুব পূজা কৰা হয়
അർത്ഥം : আৰাধনা বা উপাসনা কৰা
ഉദാഹരണം :
গাঁৱৰ লোকসকলে নৱৰাত্রিত সময়ত গোটেই ৰাতি দেৱীৰ পূজা কৰে
അർത്ഥം : ভক্তি অথবা শ্রদ্ধাৰে সৈতে কাৰোবাৰ সেৱা কৰা
ഉദാഹരണം :
মই নিজ গুৰুক পূজা কৰোঁ
അർത്ഥം : দেৱ-দেৱীক প্রসন্ন কৰিবলৈ শ্রদ্ধা, সন্মান, বিনয় আদি প্রকাশ কৰা:সন্তসকলে সদায় ভগৱানক পূজা কৰে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অর্চ্্না কৰা, আৰাধনা কৰা, উপাসনা কৰা