അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজনে পূজা কৰে
ഉദാഹരണം : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
പര്യായപദങ്ങൾ : আৰাধক, উপাসক, ভক্ত
അർത്ഥം : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
ഉദാഹരണം : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
പര്യായപദങ്ങൾ : সেৱক
അർത്ഥം : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
ഉദാഹരണം : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
പര്യായപദങ്ങൾ : উপাসক, ভক্ত
ഇൻസ്റ്റാൾ ചെയ്യുക