പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পুৰুষ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পুৰুষ   বিশেষ্য

അർത്ഥം : মানৱ জাতিৰ মতা

ഉദാഹരണം : পুৰুষ আৰু মহিলাৰ শাৰীৰিক গঠন বেলেগ বেলেগ

പര്യായപദങ്ങൾ : মতা, মতা মানুহ, মুনিহ, মৰদ

അർത്ഥം : ব্যাকৰণত সর্ব ্নামৰ যি ভেদৰ দ্বাৰা সর্ব- নামৰ প্রয়োগ বক্তাৰ বাবে হৈছে নে শ্রোতাৰ বাবে হৈছে বা আন কোনো তৃতীয়জনৰ বাবে হৈছে জানিব পাৰি

ഉദാഹരണം : ব্যাকৰণৰ মতে পুৰুষ তিনি প্রকাৰৰ

അർത്ഥം : বংশ পৰম্পৰাত কাৰোবাৰ পিতা, ককা, আজোককা আদি বা পুত্র, নাতি, পৰিনাতি আদিৰ বিচাৰেৰে কৰা গণনা-ক্রমৰ কোনো স্থান

ഉദാഹരണം : তিনি পুৰুষৰ পিছত আমাৰ ঘৰত কোনো কন্যা সন্তানৰ জন্ম হʼল