അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : উত্তম আচৰণৰ ফলস্বৰূপে পোৱা সুপৰিণাম
ഉദാഹരണം : আপোনাৰ নিচিনা পৰোপকাৰী ব্যক্তিয়ে বহুত পুণ্য অর্জন কৰিব
അർത്ഥം : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
ഉദാഹരണം : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
പര്യായപദങ്ങൾ : ধর্ম, ধর্মকর্ম, ধৰম, পুণ্যকর্ম
അർത്ഥം : যিটো শুভ বা ভাল হয়
ഉദാഹരണം : শুভ কার্য আৰম্ভ কৰোঁতে পলম কৰিব নালাগে
പര്യായപദങ്ങൾ : মাংগলিক, শুভ
അർത്ഥം : যি ্ধর্ম অনুসৰি শুদ্ধ বা মহত্ত্বপূর্ণ
ഉദാഹരണം : কাশী এখন পৱিত্র ঠাই
പര്യായപദങ്ങൾ : নি্র্মল, পূত, পৱিত্র, শুদ্ধ, সাত্ত্বিক
ഇൻസ്റ്റാൾ ചെയ്യുക