അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি দুখ বা কষ্ট পাইছে
ഉദാഹരണം : দুখী মানুহেহে আনৰ দুখৰ উপলব্ধি কৰিব পাৰে
പര്യായപദങ്ങൾ : দুঃখী, দুখী, ব্যথিত, ্আর্ত
അർത്ഥം : যিয়ে কোনো ধৰণৰ ব্যথা বা কষ্ট পাই আছে
ഉദാഹരണം : বান পীড়িত লোকসকলক সোনকালেই সাহায্য প্রদান কৰা হʼব
പര്യായപദങ്ങൾ : গ্রস্ত, ব্যথিত
അർത്ഥം : যাক পীড়া বা কষ্ট দিয়া হৈছে
ഉദാഹരണം : পুলিচৰ দ্বাৰা উৎপীড়িত ব্যক্তিয়েনো নিজৰ অভিযোগ কাক কৰিব
പര്യായപദങ്ങൾ : উৎপীড়িত
ഇൻസ്റ്റാൾ ചെയ്യുക