പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পীড়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পীড়া   বিশেষ্য

അർത്ഥം : মনে অসন্তোষ আৰু কষ্ট পোৱা এনে এক অৱস্থা বা কথা যাৰ যোগেদি মনোকষ্ট লাঘৱৰ বাবে স্বাভাৱিক প্রবৃত্তিৰ মূর্ত ্ প্রকাশ ঘটে

ഉദാഹരണം : দুখত পৰিলেহে ৰাম নাম লʼবলৈ মনত পৰে

പര്യായപദങ്ങൾ : অসুখ, কষ্ট, দুঃখ, দুখ, বেজাৰ, বেদনা, মনঃক্লেশ, মনস্তাপ, যাতনা, শোক, সন্তাপ

അർത്ഥം : শৰীৰত আঘাত পালে, ঘা হʼলে অথবা মোচোকা খালে অনুভৱ হোৱা অৱস্থা

ഉദാഹരണം : ৰোগীৰ কষ্ট দিনে-দিনে বাঢ়িহে গৈছে

പര്യായപദങ്ങൾ : কষ্ট, কৃচ্ছ্র, ক্লিষ্টতা, ক্লেশ, নিকাৰ, বেদনা, ব্যথা, যন্ত্রণা, যাতনা

അർത്ഥം : মাজে মাজে হোৱা বিষ

ഉദാഹരണം : এনে লাগিছে যেন বিষত মোৰ প্রাণ যায়

പര്യായപദങ്ങൾ : বিষ, বিষ বেদনা, বিষ-বেমাৰ

അർത്ഥം : আপোন ব্যক্তিৰ মৃত্যুত বা বিয়োগৰ কাৰণে মনত হোৱা কষ্ট

ഉദാഹരണം : ৰামৰ বনবাসত সমগ্র অযোধ্যা নগৰীত শোকৰ ছাঁ পৰিল তেখেতৰ মৃত্যুত সকলো গণ্য-মান্য ব্যক্তিয়ে শোক প্রকাশ কৰিলে

പര്യായപദങ്ങൾ : অন্তর্দাহ, অসুখ, ক্লেশ, দুঃখ, দুখ, বিষাদ, বেজাই, বেজাৰ, বেদনা, ব্যথা, মনঃক্লেশ, মনস্তাপ, মনোকষ্ট, যন্ত্রণা, যাতনা, শোক, শোগ, সন্তাপ