പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পিয়াহ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পিয়াহ   বিশেষ্য

അർത്ഥം : নাৰীৰ স্তনদেশ

ഉദാഹരണം : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

പര്യായപദങ്ങൾ : কুচকুম্ভ, গাখীৰ, দুদু, পয়োধৰ, পয়োভাৰ, স্তন

അർത്ഥം : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ

ഉദാഹരണം : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি

പര്യായപദങ്ങൾ : ওহাৰ, কুচকুম্ভ, পয়োধৰ, পয়োভাৰ, বাত, স্তন

അർത്ഥം : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো

ഉദാഹരണം : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল

പര്യായപദങ്ങൾ : পয়োধৰ, স্তন

അർത്ഥം : পানী খোৱাৰ ইচ্ছা

ഉദാഹരണം : নিজৰ পিয়াহ গুচাবলৈ তেওঁ্ পানী বিচাৰিবলৈ ধৰিলে

പര്യായപദങ്ങൾ : তৃষা, তৃষ্ণা, পানেচ্ছা, পিপাসা