അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পিতৃক কৰা সম্বোধন
ഉദാഹരണം : আমি আমাৰ পিতৃক দেউতা বুলি মাতো
പര്യായപദങ്ങൾ : আব্বাজান, দেউতা, দেতা, দৌ, দৌতি, পিতাই, পিতাদেউ, ববাই, বাপ, বাবা, বোপাই
അർത്ഥം : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন
ഉദാഹരണം : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়
പര്യായപദങ്ങൾ : জনক, জন্ম-দাতা, জন্মদাতা
അർത്ഥം : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে
ഉദാഹരണം : মোৰ দেউতা এজন অধ্যাপক
പര്യായപദങ്ങൾ : আব্বা, আব্বাজান, জনক, দেউতা, পিতাই, পিতৃ, বাবা
ഇൻസ്റ്റാൾ ചെയ്യുക