അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে
ഉദാഹരണം : আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে
പര്യായപദങ്ങൾ : গুৰি কৰা
അർത്ഥം : হাতেৰে দবোৱা
ഉദാഹരണം : মাকে শিশুটোক পিটিকা খাদ্য খোৱাইছে
പര്യായപദങ്ങൾ : মলা
ഇൻസ്റ്റാൾ ചെയ്യുക