അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু আদিৰ পিছৰ অংশ
ഉദാഹരണം : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল
പര്യായപദങ്ങൾ : পশ্চভাগ, পিছফাল
അർത്ഥം : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত
അർത്ഥം : সময়, দূৰত্ব আদিত পিছৰ ফালে
ഉദാഹരണം : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো
അർത്ഥം : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)
ഉദാഹരണം : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে
ഇൻസ്റ്റാൾ ചെയ്യുക