അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু খুন্দি গুৰি কৰা কার্য
ഉദാഹരണം : পিচাৰ কাৰণে ৰাখি থোৱা শস্যবোৰ বৰষুণত তিতিল
അർത്ഥം : কোনো বস্তুক পিহি গুড়ি কৰা
ഉദാഹരണം : তেওঁ ঘেঁহু পিচি আছে
പര്യായപദങ്ങൾ : পিহা
അർത്ഥം : কুটা বা পিচি গুৰি কৰা কাৰ্য
ഉദാഹരണം : মছলা পিচা হʼল
പര്യായപദങ്ങൾ : গুৰি কৰা, বটা
അർത്ഥം : পানীৰ সহায়েৰে মোহাৰি মিহি কৰা
ഉദാഹരണം : তেওঁ শিলত মছলা পিচিছে
പര്യായപദങ്ങൾ : বটা
ഇൻസ്റ്റാൾ ചെയ്യുക