പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পাৰ কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পাৰ কৰা   ক্ৰিয়া

അർത്ഥം : পাৰত লগোৱা

ഉദാഹരണം : নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে

അർത്ഥം : নি্র্বাহ কৰা বা অতিবাহিত কৰা

ഉദാഹരണം : তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে

പര്യായപദങ്ങൾ : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা

അർത്ഥം : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা

ഉദാഹരണം : ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে

പര്യായപദങ്ങൾ : আগবঢ়োৱা

അർത്ഥം : পাৰ হোৱা বা ব্যতিত হোৱা

ഉദാഹരണം : মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল

പര്യായപദങ്ങൾ : অতিবাহিত কৰা, কটোৱা