അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ
ഉദാഹരണം : এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে
പര്യായപദങ്ങൾ : কাষৰি
അർത്ഥം : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে
ഉദാഹരണം : তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে
അർത്ഥം : দাঁতৰ শাৰী
ഉദാഹരണം : সীতাৰ দাঁতৰ পাৰি ডালিমৰ গুটিৰ নিচিনা
പര്യായപദങ്ങൾ : দাঁতৰ পাৰি
ഇൻസ്റ്റാൾ ചെയ്യുക