പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পাৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পাৰ   বিশেষ্য

അർത്ഥം : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : পাৰ চৰাই

അർത്ഥം : সন্মুখত থকা অন্য ফাল

ഉദാഹരണം : আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত

അർത്ഥം : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, বলুকা, সৈকত

അർത്ഥം : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা

ഉദാഹരണം : নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে

പര്യായപദങ്ങൾ : তীৰ

അർത്ഥം : মানুহে নাৱত উঠিবলৈ, পানী ভৰাবলৈ বা গা ধুবলৈ ব্যৱহাৰ কৰা নদী আৰু জলাশয়ৰ কাষৰ ঠাই:তেওঁ ্ ঘাটত বহি নাৱৰ বাবে অপেক্ষা কৰি আছিল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : ঘাট, পাৰ-ঘাট, পাৰা

അർത്ഥം : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ

ഉദാഹരണം : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে

പര്യായപദങ്ങൾ : কাষ, কিনাৰ, দাঁতি

അർത്ഥം : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য

ഉദാഹരണം : ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে