അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাৰ চক্রান্তত পৰা কার্য
ഉദാഹരണം : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
പര്യായപദങ്ങൾ : ফন্দি, ফান্দ
അർത്ഥം : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
ഉദാഹരണം : আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
പര്യായപദങ്ങൾ : কপাট
അർത്ഥം : তর্জুৰ ্পাল্লা
ഉദാഹരണം : তেওঁ ওজন কৰিবৰ কাৰণে তর্জুৰ এখন পাল্লাত দগা ৰাখি আনখনত বস্তু ৰাখিলে
പര്യായപദങ്ങൾ : পালা
ഇൻസ്റ്റാൾ ചെയ്യുക