അർത്ഥം : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল
ഉദാഹരണം :
ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে
പര്യായപദങ്ങൾ : ৰাজনৈতিক দল
അർത്ഥം : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়
ഉദാഹരണം :
আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল
പര്യായപദങ്ങൾ : পক্ষ
അർത്ഥം : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ
ഉദാഹരണം :
তেওঁ ্খাই উঠি পার্টীত যোগ দিলে
പര്യായപദങ്ങൾ : দল