അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি পাপ কৰে বা পাপ কৰা ব্যক্তি
ഉദാഹരണം : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে
പര്യായപദങ്ങൾ : পাতকী, পাপকর্মী, পাপাচাৰী, পাপাত্মা
അർത്ഥം : অপৰাধ কৰা লোক
ഉദാഹരണം : অপৰাধীয়ে শাস্তি পোৱা উচিত আইনৰ শিথিলতাই অপৰাধীক প্রশ্রয় দিয়ে
പര്യായപദങ്ങൾ : অপৰাধী, দোষী, পাতকী, ্অধর্মী
അർത്ഥം : যি পাপ কৰে বা পাপ কৰোতা
ഉദാഹരണം : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
പര്യായപദങ്ങൾ : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, ্অধর্মী
ഇൻസ്റ്റാൾ ചെയ്യുക