അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি পাপ কৰে বা পাপ কৰোতা
ഉദാഹരണം : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
പര്യായപദങ്ങൾ : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপী, ্অধর্মী
അർത്ഥം : ডাঙৰ পাপী বা মহাপাপ কৰোতা
ഉദാഹരണം : সেই মহাপাপীটোৱে সদায় দুষ্কর্মত লিপ্ত হৈ থাকে
പര്യായപദങ്ങൾ : অঘৱন্ত, অতিপাতকী, মহাপাতকী, মহাপাপী
ഇൻസ്റ്റാൾ ചെയ്യുക