അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি পাপ কৰে বা পাপ কৰা ব্যক্তি
ഉദാഹരണം : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে
പര്യായപദങ്ങൾ : পাতকী, পাপকর্মী, পাপাচাৰী, পাপী
അർത്ഥം : যিজন দুষ্ট আৰু নীচ প্রকৃতিৰ
ഉദാഹരണം : দুৰাত্মা ৰাৱণে সীতা হৰণ কৰিছিল
പര്യായപദങ്ങൾ : দুষ্টমতি, দুৰাত্মা
അർത്ഥം : যি পাপ কৰে বা পাপ কৰোতা
ഉദാഹരണം : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
പര്യായപദങ്ങൾ : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপিষ্ঠ, পাপী, ্অধর্মী
ഇൻസ്റ്റാൾ ചെയ്യുക