അർത്ഥം : পানীৰ দৰে হৈ পৰা পাতল বস্তু
ഉദാഹരണം :
ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী
പര്യായപദങ്ങൾ : পনীয়া
അർത്ഥം : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
ഉദാഹരണം :
এই তৰোৱালখনৰ পানী চাবলগীয়া
പര്യായപദങ്ങൾ : ধাৰ
അർത്ഥം : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
ഉദാഹരണം :
তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে