അർത്ഥം : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
ഉദാഹരണം :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
പര്യായപദങ്ങൾ : চৰিত্র
അർത്ഥം : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
ഉദാഹരണം :
দান যোগ্য ব্যক্তিকহে দিয়া উচিত
പര്യായപദങ്ങൾ : যোগ্য ব্যক্তি