അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পাতল হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : চিফনৰ কাপোৰ মিহি হয়
പര്യായപദങ്ങൾ : মিহি
അർത്ഥം : যʼত পানীৰ পৰিমাণ বেছি আছে
ഉദാഹരണം : মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল
പര്യായപദങ്ങൾ : পাতলা
അർത്ഥം : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
ഉദാഹരണം : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
പര്യായപദങ്ങൾ : সহজ
അർത്ഥം : যিটো কম ওজনৰ বা বেছি গধুৰ নহয়
ഉദാഹരണം : তেওঁৰ সোঁহাতত এটা পাতল জোলোঙা ওলমি আছিল
പര്യായപദങ്ങൾ : অগধুৰ, ফিৰফিৰীয়া, ভাৰহীন, লঘু, হাল্কা
അർത്ഥം : যাৰ স্থূলতা বা ব্যাস কম
ഉദാഹരണം : এই কাপোৰখন বৰ পাতল
ഇൻസ്റ്റാൾ ചെയ്യുക