അർത്ഥം : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
ഉദാഹരണം :
তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
പര്യായപദങ്ങൾ : পাট্টা
അർത്ഥം : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
ഉദാഹരണം :
লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
പര്യായപദങ്ങൾ : পৃষ্ঠা
അർത്ഥം : কাগজৰ সমান পাতল ধাতুৰ পাত
ഉദാഹരണം :
তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
പര്യായപദങ്ങൾ : পত্র