പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পাঞ্জাৱী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পাঞ্জাৱী   বিশেষ্য

അർത്ഥം : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা

ഉദാഹരണം : এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে

പര്യായപദങ്ങൾ : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা

അർത്ഥം : পাঞ্জাৱৰ অধিবাসী

ഉദാഹരണം : ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য

പര്യായപദങ്ങൾ : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী

পাঞ্জাৱী   বিশেষণ

അർത്ഥം : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা

ഉദാഹരണം : চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল

അർത്ഥം : পঞ্জাৱত থকা বা বসতি কৰা

ഉദാഹരണം : সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক

അർത്ഥം : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ

ഉദാഹരണം : গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ