അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা
ഉദാഹരണം : কয়দীজন জেলৰ পৰা পলাই গʼল
പര്യായപദങ്ങൾ : পলায়ন কৰা, পলোৱা
അർത്ഥം : পৰ-পুৰষৰ সৈতে স্ত্রী গুচি যোৱা কার্য
ഉദാഹരണം : সীমা মোৰ ড্রাইভাৰটোৰ লগত পলাল
പര്യായപദങ്ങൾ : পলাল, ভাগি যোৱা
അർത്ഥം : মনে মনে গুচি যোৱা
ഉദാഹരണം : সি মোৰ টকা-পইচা লৈ পলাই গʼল
പര്യായപദങ്ങൾ : উধাও হোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക