അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
ഉദാഹരണം : এই কামটোৰ তদাৰক ৰামে কৰিছে
പര്യായപദങ്ങൾ : চোৱা-চিতা, তদাৰক, নিৰীক্ষণ
അർത്ഥം : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
ഉദാഹരണം : তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
പര്യായപദങ്ങൾ : নিৰীক্ষণ
ഇൻസ്റ്റാൾ ചെയ്യുക