അർത്ഥം : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
ഉദാഹരണം :
তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
പര്യായപദങ്ങൾ : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা
അർത്ഥം : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ
ഉദാഹരണം :
এই চিনেমা হলটোৰ পর্দা বহুত সৰু
പര്യായപദങ്ങൾ : স্ক্রীণ
അർത്ഥം : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ
ഉദാഹരണം :
এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল
പര്യായപദങ്ങൾ : পৰদা