അർത്ഥം : মিহি আৰু দীঘল গাৰে এবিধ বিষ থকা সৰীসৃপ প্রাণী, যি সাধাৰণতে বিভিন্ন প্রজাতিৰ হয়
ഉദാഹരണം :
গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বিভিন্ন প্রকাৰৰ বিষাক্ত সাপ বগাই ফুৰা দেখা পোৱা যায়
പര്യായപദങ്ങൾ : অহি, কুণ্ডলী, কুম্ভীলস, চক্রী, দ্বিজিহব, দ্বিৰসন, নাগ, ফণধৰ, ফণী, বিষধৰ, ভুজংগ, ভুজংগম, ভুজগ, ভেকভুজ, সর্প, সাপ