അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
ഉദാഹരണം : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
പര്യായപദങ്ങൾ : খত, চিঠি, চিঠি-পত্র, পত্রিকা
അർത്ഥം : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব
ഉദാഹരണം : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে
പര്യായപദങ്ങൾ : দল, পর্ণ, পাত
അർത്ഥം : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
ഉദാഹരണം : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
പര്യായപദങ്ങൾ : পত্রিকা
അർത്ഥം : কাগজৰ সমান পাতল ধাতুৰ পাত
ഉദാഹരണം : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
പര്യായപദങ്ങൾ : পাত
ഇൻസ്റ്റാൾ ചെയ്യുക