പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পতিতা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পতিতা   বিশেষ্য

അർത്ഥം : ধন লৈ সম্ভোগ কৰোৱা নাৰী

ഉദാഹരണം : কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়

പര്യായപദങ്ങൾ : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী

അർത്ഥം : চৰিত্রৰ পতন হোৱা তিৰোতা

ഉദാഹരണം : পতিতাত আমাৰ সমাজত মর্যাদা দিয়া নহয়

പര്യായപദങ്ങൾ : দুশ্চৰিত্রা

পতিতা   বিশেষণ

അർത്ഥം : বেয়া চৰিত্রৰ তিৰোতা

ഉദാഹരണം : পতিতা স্ত্রীয়ে সমাজত কেতিয়াও সন্মান লাভ কৰিব নোৱাৰে

പര്യായപദങ്ങൾ : অসতী, দুশ্চৰিত্রা

അർത്ഥം : যি ব্যভিচাৰ কৰে বা অনেক পুৰুষৰ লগত অনুচিত ্সম্পর্ক ্ ৰাখে

ഉദാഹരണം : ব্যভিচাৰিণী নাৰীয়ে সমাজত সন্মান নাপায়

പര്യായപദങ്ങൾ : চৰিত্রহীনা, নষ্টা, বনৰী, ব্যভিচাৰিণী, ভ্রষ্টা, স্বৈৰিণী, ৰাজহী