പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পঢ়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পঢ়া   বিশেষ্য

അർത്ഥം : কিতাপ বা লিখনি আদিত লিখিত কথা বা বিষয় চোৱা বা পঢ়া কার্য

ഉദാഹരണം : ৰামে বেদ পাঠ কৰি আছে

പര്യായപദങ്ങൾ : পঠন, পাঠ কৰা

পঢ়া   ক্ৰিয়া

അർത്ഥം : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ

ഉദാഹരണം : মোহিতে দেউতাকৰ পত্র পঢ়ি আছে

അർത്ഥം : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা

ഉദാഹരണം : জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে

അർത്ഥം : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য

ഉദാഹരണം : আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো

അർത്ഥം : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য

ഉദാഹരണം : পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে

പര്യായപദങ്ങൾ : অধ্যয়ন কৰা

അർത്ഥം : শিক্ষা গ্রহণ কৰা

ഉദാഹരണം : বিয়া হৈ যোৱাৰ পিছতো শীলাি পঢ়ি আছে

പര്യായപദങ്ങൾ : পঢ়াশুনা কৰা