പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পঠোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পঠোৱা   ক্ৰিয়া

അർത്ഥം : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা

ഉദാഹരണം : সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে

പര്യായപദങ്ങൾ : নিযুক্ত কৰা

അർത്ഥം : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া

ഉദാഹരണം : ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো

പര്യായപദങ്ങൾ : পঠিওৱা, ৰাওনা হোৱা

পঠোৱা   বিশেষণ

അർത്ഥം : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা

ഉദാഹരണം : পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি

പര്യായപദങ്ങൾ : ৰাওনা