പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পক্ষ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পক্ষ   বিশেষ্য

അർത്ഥം : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ

ഉദാഹരണം : কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল

അർത്ഥം : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ

ഉദാഹരണം : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে

പര്യായപദങ്ങൾ : ডানা, ডেউকা, ডৌকা, পখা, পাখি

അർത്ഥം : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ഉദാഹരണം : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

പര്യായപദങ്ങൾ : অংশ, দিশ, বিভাগ

അർത്ഥം : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ഉദാഹരണം : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

പര്യായപദങ്ങൾ : দল, পার্টী

അർത്ഥം : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

ഉദാഹരണം : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

പര്യായപദങ്ങൾ : পার্টী

അർത്ഥം : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা

ഉദാഹരണം : আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত

അർത്ഥം : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা

ഉദാഹരണം : আপুনি কোনটো পক্ষত আছে ?