പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পকা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পকা   ক্ৰিয়া

അർത്ഥം : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা

ഉദാഹരണം : পাচিটোৰ গোটেইবোৰ আম পকা

പര്യായപദങ്ങൾ : পৰিপক্ক হোৱা

അർത്ഥം : দিশ পৰিব্্র্তন ্ কৰা

ഉദാഹരണം : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

പര്യായപദങ്ങൾ : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা

അർത്ഥം : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

পকা   বিশেষণ

അർത്ഥം : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা

ഉദാഹരണം : তেওঁ ্ পকা আম খাই আছে

പര്യായപദങ്ങൾ : পৰিপক্ক

അർത്ഥം : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য

ഉദാഹരണം : অর্জুন ধনুবিদ্যাত নিপুণ আছিল

പര്യായപദങ്ങൾ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত

അർത്ഥം : পুঁজেৰে ভৰি থকা

ഉദാഹരണം : গেলা ফোঁহাটো সদায় চফা কৰা উচিত

പര്യായപദങ്ങൾ : গেলা