അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাম কৰাত অসমর্থ
ഉദാഹരണം : আমি পংগু লোকৰ সহায় কৰা উচিত
പര്യായപദങ്ങൾ : পঙ্গো, প্ৰতিবন্ধী
അർത്ഥം : যাৰ কোনো অংগ নাই
ഉദാഹരണം : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
പര്യായപദങ്ങൾ : অংগহীন, অপাংগ, অপাঙ্গ, পঙ্গু, পেঙুৰা
അർത്ഥം : কাম কৰিবৰ ্অসমর্থ
ഉദാഹരണം : পংগু দেৱৰৰ চোৱা-চিতাও ময়েই কৰিব লাগে
ഇൻസ്റ്റാൾ ചെയ്യുക