പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নেট എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নেট   বিশেষ্য

അർത്ഥം : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

ഉദാഹരണം : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

പര്യായപദങ്ങൾ : জাল

അർത്ഥം : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

ഉദാഹരണം : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

പര്യായപദങ്ങൾ : জাল

അർത്ഥം : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

ഉദാഹരണം : তেওঁ বলটো গোলৰ জালত মাৰিলে

പര്യായപദങ്ങൾ : গোল-নেট, জাল

അർത്ഥം : কম্পিউটাৰ সম্বন্ধী এক সার্বভৌম প্রণালী যাৰ দ্বাৰা কম্পিউটাবোৰৰ মাজত বার্তা প্রেৰণ কৰা হয়

ഉദാഹരണം : ইন্টাৰনেটৰ সুবিধা নথকাৰ বাবে মই নিজৰ ই-মেইল চাব নোৱাৰো

പര്യായപദങ്ങൾ : ইন্টাৰনেট