അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : আকাশ ৰঙৰ বা নীল বৰণৰ
ഉദാഹരണം : চিত্রকৰে প্রাকৃতিক দৃশ্যটো আঁকোতে আকাশত নীলা ৰং দিবলৈ পাহৰিলে
പര്യായപദങ്ങൾ : নীল বৰণ, নীল-ৰং, নীলত্ব, নীলা, নীলা ৰং
അർത്ഥം : নীলা হোৱা অৱস্থা
ഉദാഹരണം : স্বাতিৰ চকুৰ নীলাভখিনি গুচি গʼল
പര്യായപദങ്ങൾ : নীলত্ব
അർത്ഥം : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ഉദാഹരണം : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
പര്യായപദങ്ങൾ : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, ব্যোম, শূন্য
ഇൻസ്റ്റാൾ ചെയ്യുക