പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নীচ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নীচ   বিশেষণ

അർത്ഥം : ভালৰ ওলোটা বা বিপৰীত

ഉദാഹരണം : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

പര്യായപദങ്ങൾ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, বদ, বেয়া, মন্দ

അർത്ഥം : যি পাপ কৰে বা পাপ কৰোতা

ഉദാഹരണം : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

പര്യായപദങ്ങൾ : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

അർത്ഥം : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ

ഉദാഹരണം : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ

പര്യായപദങ്ങൾ : অধম, ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীহ, হীন

അർത്ഥം : যি জাতি, পদ, গুণ আদিত নিম্নমানৰ

ഉദാഹരണം : উচ্চ বর্গই ্সদায় নিম্ন ্বর্গক ্প্রতাৰিত কৰে

പര്യായപദങ്ങൾ : নিম্ন