അർത്ഥം : যʼত কোনো ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা নাথাকে
ഉദാഹരണം :
তেওঁ নিৰাপদ জীৱন অতিবাহিত কৰি আছে
അർത്ഥം : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
ഉദാഹരണം :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
പര്യായപദങ്ങൾ : সুৰক্ষিত
അർത്ഥം : যʼত অনাহক আশংকা নাথাকে
ഉദാഹരണം :
নিৰাপদ ভৱিষ্যতৰ কল্পনা সকলোৱেই কৰে