പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নিয়ম എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নিয়ম   বিশেষ্য

അർത്ഥം : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী

ഉദാഹരണം : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা

പര്യായപദങ്ങൾ : কায়দা, ঢঙ, পদ্ধতি, বিধি, শৈলী, ৰীতি

അർത്ഥം : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

ഉദാഹരണം : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

പര്യായപദങ്ങൾ : কায়দা, বাদ, সিদ্ধান্ত

അർത്ഥം : কোনো প্রকাৰৰ স্থিৰ কৰা ৰীতি বা ব্যৱস্থা

ഉദാഹരണം : যিকোনো সংস্থা, দেশ আদিক চলাবৰ বাবে কিছুমান নিশ্চিত নিয়ম বনোৱা হয়

അർത്ഥം : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে

ഉദാഹരണം : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়

പര്യായപദങ്ങൾ : দফা, ধাৰা