അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
ഉദാഹരണം : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
പര്യായപദങ്ങൾ : মন্দ, ৰস
അർത്ഥം : ভাল গোন্ধ
ഉദാഹരണം : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
പര്യായപദങ്ങൾ : পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সুৰভি, সৌগন্ধ, সৌৰভ, সৌৰভ্য
അർത്ഥം : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
ഉദാഹരണം : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
പര്യായപദങ്ങൾ : অর্ক, আৰক, মূল, ্সাৰ অংশ, ৰস
ഇൻസ്റ്റാൾ ചെയ്യുക