പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নি্র্বাসন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নি্র্বাসন   বিশেষ্য

അർത്ഥം : দেশৰ পৰা বাহিৰ কৰি দিয়া শাস্তি

ഉദാഹരണം : বৃটিছৰ ৰাজত্বকালত স্বাধীনতা যুঁ্জাৰুসকলক শাস্তি হিচাপে নি্র্বাসন দি আন্দামানলৈ পঠোৱা হৈছিল

പര്യായപദങ്ങൾ : দেশত্যাগী হোৱা-, দেশান্তৰী, নি্র্ব্বাসন

അർത്ഥം : কাৰোবাক শাস্তি স্বৰূপে কোনো ঠাই, অঞ্চল আদিৰ পৰা আঁ্তৰাই অন্য কোনো দূৰৱর্তী ঠাইলৈ পঠিওৱা কার্য

ഉദാഹരണം : অজাতি ছোৱালী বিয়া কৰোৱাৰ কাৰণে মঙ্গলুক নিজ জাতিৰ পৰা নি্র্বাসন দিলে

അർത്ഥം : একপ্রকাৰৰ শাস্তি যʼত অপৰাধীক এক নির্দিষ্ট সময়লৈকে একোখন ঠাইত প্রৱেশৰ বাধা আৰোপ কৰা হয়

ഉദാഹരണം : এই চিনেমাখনত নায়কজন নি্র্বাসন দিয়া হয়