പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নি্র্ণয় എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নি্র্ণয়   বিশেষ্য

അർത്ഥം : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য

ഉദാഹരണം : তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে

പര്യായപദങ്ങൾ : সিদ্ধান্ত

അർത്ഥം : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য

ഉദാഹരണം : বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল

പര്യായപദങ്ങൾ : সিদ্ধান্ত