അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যʼত উষ্ণতা নাথাকে
ഉദാഹരണം : তেওঁৰ ্উষ্মাহীন আদৰণিত মোৰ মন উদাস হৈ পৰিল
പര്യായപദങ്ങൾ : উষ্ণতাহীন, উষ্মাহীন
അർത്ഥം : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
ഉദാഹരണം : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
പര്യായപദങ്ങൾ : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, মলীন, মোলান, ম্লান, শেতা
ഇൻസ്റ്റാൾ ചെയ്യുക