അർത്ഥം : কোনো কথা আদিৰ ্সন্দর্ভত সিদ্ধান্ত লোৱা বা নি্র্ণয় ্কৰা
ഉദാഹരണം :
ককাদেউতাই কাজিয়া নিষ্পত্তি কৰিছে
പര്യായപദങ്ങൾ : সমাধান কৰা
അർത്ഥം : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ഉദാഹരണം :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
പര്യായപദങ്ങൾ : কৰা, ঠিক কৰা, শেষ কৰা, সম্পাদন কৰা