അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সমাপ্ত হোৱাৰ ভাব বা কার্য
ഉദാഹരണം : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
പര്യായപദങ്ങൾ : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
അർത്ഥം : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া
ഉദാഹരണം : মোৰ সমস্যাৰ সমাধান হৈ গʼল
പര്യായപദങ്ങൾ : মীমাংসা, সমাধান, সমিধান, সিদ্ধান্ত
അർത്ഥം : মিত-মাত কৰা কার্য ্বা ভাৱ
ഉദാഹരണം : মই ঘৰুৱা বিবাদৰ নিষ্পত্তি কৰি সোনকালেই ঘূৰি আহিম
പര്യായപദങ്ങൾ : ফৈচলা, ফয়চলা, মিত-মাত
ഇൻസ്റ്റാൾ ചെയ്യുക