അർത്ഥം : কোনো সংস্থা আদিৰ প্রধান বিষয়া
ഉദാഹരണം :
এই সংস্থাটোৰ নির্দেশকজন এজন বিদ্বান ব্যক্তি
അർത്ഥം : যিয়ে কোনো ধৰণৰ নির্দেশ দিয়ে বা কিবা কথা কয়
ഉദാഹരണം :
আমি এই কামটো এজন অভিজ্ঞ নির্দেশকৰ পথনির্দে্শনাত কৰি আছোঁ