അർത്ഥം : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
ഉദാഹരണം :
বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
പര്യായപദങ്ങൾ : বনোৱা
അർത്ഥം : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
ഉദാഹരണം :
সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
പര്യായപദങ്ങൾ : পঠোৱা
അർത്ഥം : কামত লগোৱা
ഉദാഹരണം :
এই কামৰ কাৰণে তেওঁ ্সাতজন মানুহ নিযুক্ত কৰিলে
പര്യായപദങ്ങൾ : কাম দিয়া, চাকৰি দিয়া