അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কামত বা কথাত মানা কৰা
ഉദാഹരണം : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
പര്യായപദങ്ങൾ : নামঞ্জুৰ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
അർത്ഥം : আঁতৰ কৰা দূৰ কৰা কার্য
ഉദാഹരണം : এই ঔষধে বাত, পিত্ত, মুত্রবিকাৰ আদিৰ নিবাৰণ কৰে
അർത്ഥം : কোনো অনুচিত কার্য, ্অৱস্থা আদিক বাধা প্রদান কৰা কার্য
ഉദാഹരണം : চৰকাৰে কন্সাৰ ৰোগ নিবাৰণৰ কাৰণে প্রচেষ্টা অব্যাহত ৰাখিছে নিয়মিত যোগাসনেৰে ৰোগৰ পৰা উপশম পাব পাৰি
പര്യായപദങ്ങൾ : উপশম
ഇൻസ്റ്റാൾ ചെയ്യുക